চহৰাঞ্চলত জীৱিকাৰ নতুন সম্ভাৱনা
আজিৰ তাৰিখত ভাৰতবর্ষ এটা অনুপেক্ষণীয় আর্থিক শক্তি৷ আকাৰ, সম্ভাৱনা কোনো দিশৰ পৰাই ভাৰতৰ এই শক্তিক উপেক্ষা কৰিব নোৱাৰি৷ আজি বিশ্ব মঞ্চত দেশখনে লাভ কৰা গুৰুত্ব আৰু মর্যাদাৰ ইও এটা কাৰণ৷ কিন্তু অস্বস্তিকৰ কথাটো হৈছে ভাৰতৰ আর্থিক প্রগতিয়ে কাংক্ষিত পৰিমাণত কর্মসংস্থাপন সৃষ্টি কৰাত সফল হ’ব পৰা নাই৷ ইয়াৰ সৰল অর্থটো হ’ল বিকাশৰ সমবিতৰণ ঘটা নাই৷ ই নির্দিষ্ট…
Read More...