ধেমাজিত বিদেশী পৰ্যটকে বিহুনামত নাচিলে কঁকাল ঘূৰাই ঘূৰাই
নিয়মীয়া বাৰ্তা, ২৯ আগষ্ট : জাতীয় সাজপাৰ পৰিহিত প্ৰায় পাঁচ শতাধিক লোকেৰে পৰিপূৰ্ণ প্ৰেক্ষাগৃহ৷ বাহিৰত প্ৰখৰ ৰ'দ যদিও প্ৰেক্ষাগৃহৰ ভিতৰত স্বাভাৱিক গৰম৷ এক উদুলি-মুদুলি পৰিৱেশতে মঞ্চত ঢোলৰ চেও ৷ নামতিয়ে জুৰিলে বিহু নাম৷ চৌদিশে অবতৰীয়া বিহু নামেৰে ৰজনজনাই গ'ল প্ৰেক্ষাগৃহ৷ তেনেতে মঞ্চলৈ উঠি গৈ বিহু নামত কঁকাল ঘূৰাই ঘূৰাই নাচিলে এগৰাকী বিদেশীয়ে৷ অসমীয়া…
Read More...