৯ বজাৰ পূর্বে স্কুললৈ আহিব লাগিব শিক্ষক
🔹 মাধ্যমিক শিক্ষা সঞ্চালকৰ গুৰুত্বপূর্ণ নির্দেশনা
বিশেষ বাৰ্তা, ২৯ জুন : বিদ্যালয়ত শিক্ষক তথা অ–শৈক্ষিক কর্মচাৰীৰ উপস্থিতিক লৈ কঠোৰ স্থিতি গ্রহণ কৰিছে শিক্ষা বিভাগে৷ শেহতীয়াকৈ এই সন্দর্ভত মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে এক গুৰুত্বপূর্ণ নির্দেশ জাৰি কৰিছে৷ সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদর্শকলৈ প্রেৰণ কৰা এই নির্দেশনাৱলী ২০২৫–২৬ শৈক্ষিক বর্ষত…
Read More...