দিগন্ত বিশ্ব শর্মাক IIT গুৱাহাটীৰ অনুশীলন অধ্যাপক ৰূপে নিযুক্তি
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জুন : বক্তা, কবি, অনুবাদক তথা সাহিত্য অকাডেমি অনুবাদ বঁটাপ্রাপক ড০ দিগন্ত বিশ্ব শর্মাক আইআইটি গুৱাহাটীৰ চেণ্টাৰ ফৰ ইণ্ডিয়া ন’লেজ ছিষ্টেমৰ অনুশীলন অধ্যাপক হিচাপে নিযুক্তি দিয়া হৈছে৷
যোৱা ১৪ মে’ৰ পৰা কার্যকৰী হোৱাকৈ প্রথম অৱস্থাত সুবক্তাগৰাকীক এবছৰৰ বাবে এই পদত নিযুক্তি দিয়া হৈছে যদিও পৰৱর্তী সময়ত তিনি বছৰলৈ কার্যকাল…
Read More...