লোকপ্ৰিয় বৰদলৈ বিদ্যালয়ৰ ছাত্ৰ সংসদৰ নিৰ্বাচন সম্পন্ন
🔹 বিশ্ব পৰিৱেশ দিৱস পালন : 'গছ ভালপোৱা ককাৰ খং' কবিতা আবৃত্তি
গুৱাহাটী, ৫ জুন : কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী শিক্ষাখণ্ডৰ অন্তৰ্গত মালিগাঁওস্থিত লোকপ্ৰিয় বৰদলৈ বিদ্যালয় এম ইৰ ছাত্ৰ সংসদৰ সাধাৰণ নিৰ্বাচন গণতান্ত্রিক পদ্ধতিৰে আজি অনুষ্ঠিত হৈ যায় । ১৯৭৮ চনতে প্ৰতিষ্ঠিত বিদ্যালয়খনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ছাত্র সংসদৰ সাধাৰণ নিৰ্বাচন বেলট পেপাৰৰ…
Read More...