ৰাজ্যৰ কেইবাজনো বিশিষ্ট শিক্ষাবিদ-সাংস্কৃতিক কর্মীৰ সদস্য পদ গ্রহণ
🔹 বিজেপিৰ 'সদস্যতা ভর্তি' অভিযান
বিশেষ বাৰ্তা, ৩ ছেপ্টেম্বৰ : বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পার্টীয়ে সমগ্র দেশজুৰি 'সদস্যতা ভর্তি' অভিযান আৰম্ভ কৰিছে। ২ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রথমজন কার্যকর্তা হিচাপে সদস্য পদ গ্রহণ কৰাৰ পিছত আজি বিজেপিশাসিত প্রতিখন ৰাজ্যতে মুখ্যমন্ত্রীসকলে দলৰ সদস্য পদ গ্ৰহণ কৰে। আনহাতে, আজি দলৰ…
Read More...