উন্মুক্ত ট্রেন্সফর্মাৰে চন্দ্রপুৰবাসীলৈ মাতিছে বিপদ
নিয়মীয়া বার্তা ৩ ফেব্রুৱাৰীঃ বিদ্যুৎ বিভাগৰ চূড়ান্ত হেমাহিৰ বাবে মহানগৰীৰ পার্শ্বৱর্তী পশ্চিম মায়ং আৰু চন্দ্রপুৰত মৃত্যুদূতৰ ৰূপত থিয় দি আছে প্রায় দহটাকৈ উন্মুক্ত ট্রেন্সফর্মাৰ৷ ফলত যিকোনো সময়ত ভয়ংকৰ বিপদ হোৱাৰ সম্ভাৱনীয়তা প্রকট হৈ আছে অঞ্চলটোত৷ প্রাপ্ত তথ্য অনুসৰি, জাগীৰোড বিদ্যুৎ উপ–সংমণ্ডলৰ অন্তর্গত পশ্চিম মায়ং অঞ্চলৰ কাজলীচকী, গোৱর্ধন,…
Read More...