উত্তৰ গুৱাহাটীৰ বালি খাদনত দুৰ্ঘটনা
উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ বালি খাদন শোকাৱহ দুৰ্ঘটনা।
নিশা ডাম্পাৰৰ চেপাত মৃত্যু যুৱকৰ ।
ডাম্পাৰৰ সহ ২০ ফুট দ খাৱৈ পৰিল যুৱক ।
ওৰে নিশা ডাম্পাৰৰ সহ আৱদ্ধ যুৱকজন ।
যুৱক জনৰ নাম সুমন দাস(২২)।
ঘৰ উত্তৰ গুৱাহাটী ৰজাদুৱাৰত।
Read More...