ভয়ংকৰ! তৃতীয় বিশ্বযুদ্ধ ইতিমধ্যে আৰম্ভ হৈছে
নিয়মীয়া বাৰ্তা ডিজিটেল, ১ নৱেম্বৰঃ এফালে মধ্যপ্রাচ্যত ঘনীভূত হৈছে ভয়ংকৰ যুদ্ধৰ আশংকা৷ গাজা–লেবাননত ৰক্তক্ষয়ী যুদ্ধ চলাই আছে ইজৰাইলী সেনাই৷ হামাছ আৰু হিজবুল্লাক উৎখাতৰ বাবে ইজৰাইলে আৰম্ভ কৰা যুদ্ধত ইতিমধ্যে বহু নিৰীহ লোকে প্রাণ হেৰুৱাইছে৷ আনফালে আঢ়ৈ বছৰতকৈ অধিককাল ধৰি চলি আছে ইউক্রেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধ৷ ‘বন্ধু’ দেশ ইউক্রেইনক সঘনে অস্ত্রৰ যোগান…
Read More...