এয়াৰ ইণ্ডিয়াৰ বিমানত ভ্রমণ বর্জন কৰক !
🔹 খালিস্তানী সন্ত্রাসবাদী পান্নুনৰ হুংকাৰ
🔹 দেশৰ বিমানত অব্যাহত বোমাতংক
নিউজ ডেস্ক, ২২ অক্টোবৰ : দেশজুৰি বিমানত বিশেষকৈ এয়াৰ ইণ্ডিয়াকে ধৰি বিভিন্ন কোম্পানীৰ বিমানত বোমাতংকই শংকাময় পৰিৱেশ এটাৰ সৃষ্টি কৰি ৰখাৰ মাজতে এইবাৰ বিমানত ভ্রমণ নকৰিবলৈ যাত্রীক কঠোৰ হুংকাৰ খালিস্তানী সন্ত্রাসবাদী গুৰুপটবন্ত সিং পান্নুনৰ৷ অহা ১ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ…
Read More...