শত্রু ইজৰাইলৰ পৰিকল্পনা ব্যর্থ কৰক মুছলিম বিশ্বই
🔹 ইৰানৰ শীর্ষ নেতা খোমেইনীৰ আহ্বান
নিউজ ডেস্ক, ৫ অক্টোবৰ : শুকুৰবৰীয়া নামাজৰ পৰাই ইজৰাইলক হুংকাৰ ইৰানৰ শীর্ষ নেতা আয়তুল্লা আলী খোমেইনীৰ৷ চিৰবৈৰী ইহুদী ৰাষ্ট্র ইজৰাইলৰ সকলো পৰিকল্পনাক ব্যর্থ কৰিবলৈ শুকুৰবৰীয়া নামাজৰ পৰাই ইৰানৰ শীর্ষ নেতা খোমেইনীয়ে মুছলিম বিশ্বক আহ্বান জনায়৷ মুছলিমসকলৰ উমৈহতীয়া শত্রু ইহুদী ৰাষ্ট্র ইজৰাইলৰ সকলো পৰিকল্পনা ব্যর্থ…
Read More...