নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আন্তঃৰাষ্ট্ৰীয়

কর্তব্যৰ সময়ৰ বাহিৰত ৰিচিভ নকৰিব ‘বছ’ৰ ফোন

🔹 প্রণয়ন হোৱা নতুন আইনে অধিকাৰ দিলে কর্মচাৰীক নিউজ ডেস্ক, ২৫ আগষ্ট : কামৰ সময়ৰ পাছত গুৰুত্ব দিয়াৰ প্রয়োজন নাই কার্যালয়ৰ বছসকলক! বৰঞ্চ ইচ্ছা কৰিলে কাটি দিব পাৰিব বছৰ ফোন৷ আমাৰ দেশত এনে ঘটনা হোৱা নাই৷ গতিকে বছৰ ফোনক যেতিয়াই তেতিয়াই গুৰুত্ব দিব লাগিব৷ কিন্তু অষ্ট্রেলিয়াত নতুন আইন প্রণয়ন কৰা হৈছে৷ এই আইন অনুসৰি প্রতিগৰাকী কর্মচাৰীয়ে অধিকাৰ লাভ কৰিছে…
Read More...

বাংলাদেশৰ ক্ৰিকেটাৰ শ্বাকিব আল হাছানৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

নিউজ ডেস্ক, ২৪ আগষ্ট : বাংলাদেশৰ তাৰকা অলৰাউণ্ডাৰ শ্বাকিব আল হাছানৰ বিৰুদ্ধে উত্থাপিত হৈছে হত্যাৰ অভিযোগ৷ ৰুবেল…

প্রথম ভাৰতীয় প্রধানমন্ত্রী হিচাপে ইউক্রেইন ভ্রমণ প্রধানমন্ত্রী মোদীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ আগষ্টঃ প্রথমগৰাকী ভাৰতীয় প্রধানমন্ত্রী হিচাপে আজি ইউক্ৰেইনৰ ৰাজধানী কিয়েভত উপস্থিত…

ভাৰত–ইংলেণ্ডৰ টেষ্ট শৃংখলাৰ সূচী ঘোষণা বিচিচিআইৰ

🔹 ইংলেণ্ডত নতুন প্রত্যাহ্বানৰ সন্মুখীন হ’ব টীম ইণ্ডিয়া নিউজ ডেস্ক, ২৩ আগষ্ট : ইংলেণ্ডৰ মাটিত ৰোহিত শর্মাৰ বাবে…

এছিয়াৰ ভিতৰত আটাইতকৈ সমৃদ্ধিশালী গাঁওখন…

🔹 ৩২ হাজাৰ বাসিন্দাৰ ফিক্সড ডিপ’জিট ৭,০০০ কোটি টকা নিউজ ডেস্ক, ২৩ আগষ্ট : এছিয়াৰ ভিতৰত আটাইতকৈ সমৃদ্ধিশালী গাঁওখন…

আমেৰিকাৰ টেক্সাছত ৯০ ফুট উচ্চতাৰ হনুমানৰ মূর্তি উন্মোচন

🔹 প্রাণ প্রতিষ্ঠাত ৭২ ফুট দৈর্ঘ্যৰ মালা পিন্ধাই হেলিকপ্টাৰেৰে পুষ্পবৃষ্টি নিউজ ডেস্ক, ২৩ আগষ্ট : আমেৰিকাৰ টেক্সাছ…

প্রাক্তন স্বামীৰ পৰা ভৰণ–পোষণৰ বাবে মাহত লাগে ৬ লাখ টকা

🔹 মহিলাৰ আবেদনৰ শুনানি লৈ হতবাক হাইক’ৰ্ট 🔹নিজেই উপার্জনত গুৰুত্ব দিয়া উচিত বুলি মহিলাগৰাকীক সতর্ক কৰি দিয়ে…

ইউটিউবত চেনেল মুকলিৰ ৯০ মিনিটতে ১০ লাখ অনুৰাগী

🔹 'ইউ আৰ ক্রিষ্টিয়ানো' : অভিলেখ গঢ়িলে ৰ’নাল্ডোৱে নিউজ ডেস্ক, ২৩ আগষ্ট : দুভৰিৰ যাদুৰে হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয়…

দাড়ি নৰখাৰ বাবে ২৮০জনক চাকৰিৰ পৰা বর্খাস্ত তালিবানৰ

🔴 আফগানিস্তানত এবছৰত ধ্বংস কৰা হ’ল ২১,৩২৮টা বাদ্যযন্ত্র নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ আগষ্টঃ পুৰুষৰ পৰিচয় হিচাপে দাড়ি…

যৌন অপৰাধত আমেৰিকাত গ্রেপ্তাৰ ভাৰতীয় চিকিৎসক

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ আগষ্টঃ নগ্ন শিশুৰ ভিডিঅ’ প্রস্তুত কৰাৰ অভিযোগত আমেৰিকাত এগৰাকী ৪০ বছৰীয়া ভাৰতীয় চিকিৎসকক…