সংসদত এন্দুৰৰ উপদ্রৱক লৈ উদ্বিগ্ন পাকিস্তান চৰকাৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ আগষ্টঃ আর্থিক সংকটত ভুগি থকা পাকিস্তানৰ বাবে নতুন দুশ্চিন্তাৰ কাৰণ হৈ পৰিছে এন্দুৰ৷ পাক সংসদত প্রৱেশ কৰি এন্দুৰে উপদ্রৱ চলাই গৈছে৷ ইয়াৰ ফলত নষ্ট হৈছে বহু গুৰুত্বপূর্ণ নথি৷ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এইবাৰ চিকাৰী মেকুৰী সংসদত মেলি দিয়াৰ সিদ্ধান্ত লৈছে স্থানীয় প্রশাসনে৷ এই অনুসৰি ১২ লাখ পাকিস্তানী ৰূপী চিকাৰী মেকুৰী ক্রয়ৰ…
Read More...