শতাব্দীৰ আটাইতকৈ বিধ্বংসী ভূমিকম্পই জোকাৰিব জাপানক
🔹 সতর্কতা জাৰিৰ পাছতে দেশজুৰি আতংক
🔹 এসপ্তাহ জাপানৰ পৰা বিদেশলৈ নাযায় প্রধানমন্ত্রী
নিউজ ডেস্ক, ১২ আগষ্ট : শতাব্দীৰ আটাইতকৈ বিধ্বংসী ভূমিকম্পই জোকাৰিব জাপানক, গতিকে সকলোৱে সতর্ক হৈ থাকিব লাগিব৷ যোৱা বৃহস্পতিবাৰে ১ মিনিটৰ ব্যৱধানত দুটাকৈ ভূমিকম্প অনুভূত হৈছিল জাপানত৷ ৰিখটাৰ স্কেলত ইয়াৰ মাত্রা আছিল ৭.১৷ এই ভূমিকম্প দুটাই দেশখনৰ বিভিন্ন অঞ্চল…
Read More...