সংগীতা-অনৌস্কাৰ গীতত মোহাচ্ছন্ন লণ্ডনৰ প্ৰৱাসী অসমীয়া
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ জুলাইঃ যুক্তৰাজ্য অসম সাহিত্য সভাৰ ২৬সংখ্যক বাৰ্ষিক অধিৱেশনখন যোৱা ২০ জুলাইত লণ্ডনৰ কিংছ লেংলী নামৰ চহৰখনত অনুষ্ঠিত হয়। যুক্তৰাজ্য অসম সাহিত্য সভাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানত ৰাজ্যৰ বিশিষ্ট সংগীতশিল্পী ড° সংগীতা কাকতি আৰু তেওঁৰ কন্যা অনৌস্কা বৰুৱায়ো অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত কেইবাটাও জনপ্ৰিয় গীতেৰে ড° সংগীতা…
Read More...