অবিশ্বাস্য : ১৩ মহলাৰ ছাদৰ পৰা পৰিও উঠি বহিল যুৱতী
বিশেষ বাৰ্তা, ২৪ জুলাই : ঠিক যেন মেজিক! গগনচুম্বী ১৩ মহলীয়া অট্টালিকাৰ ছাদৰ পৰা মাটিত পৰিও জীৱন ৰক্ষা পৰিল এগৰাকী যুৱতীৰ৷ শুনিবলৈ অস্বাভাৱিক যেন লাগিলেও এয়া সত্য ঘটনা৷ এই ঘটনাটো সংঘটিত হৈছে ৰাছিয়াৰ ছাইবেৰিয়াত৷ ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ আন্তর্জাতিক সংবাদ মাধ্যমৰ সূত্রই সদৰী কৰা অনুসৰি এই ঘটনা সংঘটিত হৈছে যোৱা ১৮ জুলাইত৷…
Read More...