জম্মু–কাশ্মীৰৰ ডোডাত পুনৰ সন্ত্রাসবাদীৰ আক্রমণ
🔹 প্রধানমন্ত্রী মোদীৰ অধ্যক্ষতাত উচ্চ পর্যায়ৰ নিৰাপত্তা বৈঠক
🔹 দুজন জোৱান আহত
বিশেষ বাৰ্তা, ১৮ জুলাই : জম্মু–কাশ্মীৰৰ ডোডাত পুনৰ নিৰাপত্তা বাহিনীৰ ওপৰত আক্রমণ সন্ত্রাসবাদীৰ৷ দুদিন পূর্বে ডোডাত সন্ত্রাসবাদী সংগঠন কাশ্মীৰ টাইগার্ছে নিৰাপত্তা বাহিনীৰ ওপৰত ভয়াৱহ আক্রমণ চলাই কেপ্টেইনসহ ৫ সেনা জোৱানৰ প্রাণ লোৱাৰ পাছত আজি পুনৰ জিলাখনৰ ডেছা বনাঞ্চলত…
Read More...