বিশ্বকাপত চমক সৃষ্টিকাৰী ৰাচিন ৰবীন্দ্ৰৰ আইপিএলৰ ভিত্তিমূল্য নিৰ্ধাৰণ
বিশেষ বাৰ্তা, ২ ডিচেম্বৰঃ শেহতীয়াকৈ খেলা এদিনীয়া বিশ্বকাপ ২০২৩ত নিউজিলেণ্ডৰ যুৱ অলৰাউণ্ডাৰ ৰাচিন ৰবীন্দ্ৰই অতি ভাল প্ৰদৰ্শন আগবঢ়াইছিল। কিৱি অলৰাউণ্ডাৰৰ বেটৰ পৰা দেখা গ’ল তিনিটা শতক। প্ৰতিযোগিতাখনৰ চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল তেওঁ। এতিয়া তথ্য পোহৰলৈ আহিছে যে আই পি এল ২০২৪ৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিলামৰ বাবে ৰাচিনৰ ভিত্তি…
Read More...