দক্ষিণ এছিয়াৰ প্রথম সমলিংগ বিয়াৰ পঞ্জীয়ন নেপালত
🔹 সমকামী মায়া–সুৰেন্দ্রই গঢ়িলে নতুন ইতিহাস
বিশেষ বাৰ্তা, ১ ডিচেম্বৰ : দক্ষিণ এছিয়াৰ ভিতৰত প্রথম সমলিংগৰ বিবাহ পঞ্জীয়ন হ’ল নেপালত ৷ ৫ মাহ পূর্বে হিমালয়ান ৰাষ্ট্রখনৰ শীর্ষ আদালতে অন্তর্ৱর্তীকালীন বৈধতা প্রদান কৰিছিল সমলিংগ বিয়াত ৷ এইবাৰ আইন মানি এই বিয়াৰ পঞ্জীয়ন কৰালে ৩৫ বছৰীয়া সমকামী মায়া গুৰুং আৰু ২৭ বছৰৰ সমকামী যুৱক সুৰেন্দ্র পাণ্ডেই৷ উল্লেখনীয়…
Read More...