পুনৰ সমুদ্রত উটিছে বিশাল বৰফীয় আচ্ছাদন
🔹 ১৯৮৬ চনত গতি বন্ধ হৈ পৰিছিল এণ্টার্কটিকাৰ আইচবার্গ ‘এ২৩এ’ৰ
বিশেষ বাৰ্তা, ২৬ নৱেম্বৰ : তিনি দশকতকৈ অধিক কাল পিছত এণ্টার্কটিকাৰ বিশাল বৰফৰ খণ্ড পুনৰ সমুদ্রত উটিবলৈ লৈছে৷ ১৯৮৬ চনত পশ্চিম এণ্টার্কটিকাৰ ‘ফ্লিচনাৰ–ৰোনে আইচ ছেলফ’ নামৰ বৰফ খণ্ডটো আবদ্ধ হৈ পৰিছিল৷ এসময়ত ছোভিয়েট ইউনিয়নৰ গৱেষণা কেন্দ্র আছিল এই বিশ্বৰ বৃহত্তম আইচবার্গ৷ অলপতে বিজ্ঞানীসকলে…
Read More...