আইছিছক সমর্থন পাক চিকিৎসকৰ
🔹 আমেৰিকাত ১৮ বছৰৰ কাৰাবাস
বিশেষ বাৰ্তা, ২৭ আগষ্ট : এইচ–১বি ভিছা লৈ আমেৰিকাত কর্মৰত পাকিস্তানৰ চিকিৎসক এগৰাকীয়ে আইছিছক সমর্থন কৰাৰ অভিযোগত ১৮ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হৈছে৷ তথ্য মতে, মহম্মদ মাছুদ নামৰ ৩১ বছৰীয়া পাকিস্তানী চিকিৎসকজনে এইচ–১বি ভিছা লৈ আমেৰিকাত চিকিৎসা সেৱাত জড়িত হৈ আছে৷ চিকিৎসক মাছুদে নিজৰ বৃত্তি চলাই থকাৰ সমান্তৰালকৈ বিশ্বত্রাস…
Read More...