চন্দ্রপৃষ্ঠত বিক্রমৰ অৱতৰণৰ মুহূর্তত শিশুৰ জন্ম
🔹 ওড়িশাত ৪ নৱজাতকৰ নাম ৰখা হ’ল ‘চন্দ্রযান’
বিশেষ বাৰ্তা, ২৪ আগষ্ট : ভাৰতৰ মহাকাশযান চন্দ্রযান–৩য়ে চন্দ্রপৃষ্ঠ স্পর্শ কৰাৰ সময়তে ওড়িশাৰ কেন্দ্রাপড়াত জন্ম হৈছে কেইবাটাও শিশু৷ দেশৰ চন্দ্র অভিযানৰ সফলতাৰ বাবে এই শিশুসকলৰ নাম ‘চন্দ্রযান’ ৰখাৰ সিদ্ধান্ত ল’লে পিতৃ–মাতৃয়ে৷ চন্দ্রৰ মাটিত চন্দ্রযান–৩ৰ লেণ্ডাৰ বিক্রমৰ অৱতৰণৰ সময়ত চাৰিটা শিশুৰ জন্ম হৈছে…
Read More...