এছিয়া কাপলৈ ভাৰতীয় দল ঘোষণা বিচিচিআইৰ
বিশেষ বাৰ্তা, ২১ আগষ্টঃ এছিয়ান ক্ৰিকেটৰ মহাযুদ্ধ অৰ্থাৎ এছিয়া কাপৰ মহাযুদ্ধ ৩০ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাৰ বাবে বিচিচিআয়ে ঘোষণা কৰিছে টীম ইণ্ডিয়াৰ দলটো। বিচিচিআয়ে মাত্ৰ ২০২৩ এছিয়া কাপৰ বাবে ১৭ জনীয়া দল বাছনি কৰিছে। ছিনিয়ৰ লেগ স্পীনাৰ যুজবেন্দ্ৰ চাহাল, উইকেট কীপাৰ বেটছমেন সঞ্জু চেমছন আৰু বেগী বলাৰ উমৰান মালিকক ২০২৩ এছিয়া কাপৰ…
Read More...