পিয়াঁজ ৰপ্তানিত ৪০ শতাংশ শুল্ক আৰোপ কেন্দ্ৰৰ
🔹 দেশৰ বজাৰত দাম নিয়ন্ত্ৰণৰ লক্ষ্য
বিশেষ বাৰ্তা, ২০ আগষ্ট : বিলাহীৰ দৰে কেন্দ্রীয় চৰকাৰে দেশৰ বজাৰত পিয়াঁজৰ দাম নিয়ন্ত্রণ কৰিবলৈ পিয়াঁজ ৰপ্তানিত ৪০ শতাংশ শুল্ক আৰোপ কৰিছে৷ ইয়াৰ ফলত দেশৰ বজাৰত পিঁয়াজৰ যোগান বৃদ্ধি পাব, যাৰ ফলত চাহিদা পূৰণ সম্ভৱ হ’ব। ছেপ্টেম্বৰ মাহত পিয়াঁজৰ দাম আকাশলংঘী হ’ব পাৰে বুলি আশংকা কৰিছে। তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে…
Read More...