মহাৰাষ্ট্রৰ ছত্রপতি শিৱাজী মহাৰাজ হাস্পতালত ২৪ ঘণ্টাত ২০ ৰোগীৰ মৃত্যু
বিশেষ বাৰ্তা, ১৩ আগষ্ট : মহাৰাষ্ট্রৰ থানে জিলাৰ কালৱাৰ ছত্রপতি শিৱাজী মহাৰাজ হাস্পতালত ২৪ ঘণ্টাৰ ভিতৰত ২০জন ৰোগীৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ চৰকাৰী চিকিৎসালয়খনত যোৱানিশা ২৩জন ৰোগী ভর্তি হোৱাৰ কিছু ক্ষণৰ পাছতে ২০জন ৰোগীৰ কৰুণ মৃত্যুৰ ঘটনাটো কর্তৃপক্ষৰ অৱহেলা বুলি মৃতকৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে৷ এই চাঞ্চল্যকৰ ঘটনাটোৰ তদন্তৰ বাবে…
Read More...