বিশ্ব অর্থনীতি মন্দা হ’লেও ভাৰতৰ সম্ভাৱনা উজ্জ্বল
নিয়মীয়া বার্তা, ২৮ জানুৱাৰী: পুনৰ অন্ধকাৰ আৰু অনিশ্চিত বিশ্ব অর্থনীতিৰ ছবি প্রকাশ কৰিলে ৰাষ্ট্রসংঘই৷ ৰাষ্ট্রসংঘৰ আর্থিক আৰু সামাজিক বিষয়ক বিভাগে প্রকাশ কৰা প্রতিবেদন অনুসৰি বিশ্ব অর্থনীতিৰ গতি যথেষ্ট মন্থৰ হ’ব৷ আর্থিক বৃদ্ধিৰ হাৰ অৱনমিত হ’ব পাৰে ১.৯ শতাংশলৈ৷ উন্নত আৰু উন্নয়নশীল দেশসমূহত বৃদ্ধিৰ গতি কমি আহিব৷ আনকি কিছুমান দেশত মন্দাৱস্থাৰো সৃষ্টি…
Read More...