নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউজিলেণ্ডক হোৱাইট ৱাছ টীম ইণ্ডিয়াৰ

বিশেষ বাৰ্তা, ২৪ জানুৱাৰীঃ

🔺নিউজিলেণ্ডক হোৱাইট ৱাছ টীম ইণ্ডিয়াৰ।

🔺৯০ ৰানত পৰাস্ত কিৱি বাহিনী।

🔺ইনডৰত ৰোহিত-গিলৰ বেটিং বিক্ৰম।

🔺ধৰাশায়ী কিৱি বাহিনী।

🔺তৃতীয় এদিনীয়াতো পৰাস্ত কিৱি বাহিনী।

🔺ভাৰতৰ ৩৮৫ ৰানৰ লক্ষ্য আগত লৈ কিৱি বাহিনীয়ে কৰে ২৯৫ ৰানহে।

🔺শ্বাৰ্দুল ঠাকুৰ-কুলদীপে তিনিটাকৈ উইকেট লোৱাৰ বিপৰীতে চাহালে ২টা আৰু পাণ্ডিয়া, উমৰানে এটাকৈ উইকেট লাভ কৰে।

🔺ভাৰতৰ হৈ ৰোহিত-গিলে শতকীয় ইনিংছ খেলে।

🔺পাণ্ডিয়াই খেলে অৰ্ধশতকীয় ইনিংছ।

🔺নিউজিলেণ্ডৰ হৈ ডেভন কনৱেই একমাত্ৰ সফল বেটছমেন। তেওঁ ১৩৮ ৰানৰ শতকীয় ইনিংছ খেলে।

You might also like