বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ দিশে চৰাইদেউ মৈদাম! মুখ্যমন্ত্ৰীৰ ঘোষণাত উৎফুল্লিত জিলাবাসী
নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ ছশ বছৰীয়া আহোম ৰাজত্বকালৰ অন্যতম গৌৰৱময় স্বাক্ষৰ ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্ৰ শীঘ্ৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাৰ পথত। আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য থলী হিচাপে চিনাক্ত কৰিবলৈ এইবাৰ ভাৰতৰ পৰা একমাত্ৰ মনোনয়ন হিচাপে ইউনেস্কলৈ প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত লোৱা…
Read More...