মিচিচিপিত হাইজেক বিমান শ্বপিং চেণ্টাৰত খুন্দিওৱাৰ ভাবুকি পাইলটৰ
বিশেষ বাৰ্তা, ৩ ছেপ্টেম্বৰঃ আমেৰিকাৰ মিচিচিপিত এখন বিমান হাইজেকিঙৰ খবৰ আহিছে। প্ৰতিবেদন অনুসৰি, পাইলটে শ্বপিং চেণ্টাৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত কৰাৰ ভাবুকি দিছে। আৰক্ষীয়ে জনোৱা মতে, মিচিচিপিৰ টুপেলোৰ স্থানীয় ৱালমাৰ্টত বিমানখন দুৰ্ঘটনাগ্ৰস্ত কৰাৰ ভাবুকি দিছিল এজন পাইলটে। পাইলটে বিমানখন দুৰ্ঘটনাগ্ৰস্ত কৰাৰ ভাবুকি দিয়াৰ পিছতে ৰাইজক সতৰ্ক কৰি দিয়া…
Read More...