অনাহাৰে থাকিবলগীয়া হৈছে শ্রীলংকাৰ শিশু
নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ আর্থিক সংকটত জর্জৰিত শ্রীলংকাত এতিয়া দুর্ভিক্ষৰ কবলত পৰিছে শিশুসকল৷ বহু শিশুৱে দৈনিক আধাপেটী থাকিবলগীয়া হৈছে৷ শ্রীলংকাৰ আর্থিক পৰিস্থিতি আৰু শিশুসকলৰ ওপৰত তাৰ প্রভাৱ ব্যাখ্যা কৰিবলৈ গৈ এই উদ্বেগজনক ছবি তুলি ধৰিলে ৰাষ্ট্রসংঘৰ শিশু কল্যাণ সংস্থা ইউনিচেফে৷ ইউনিচেফৰ দক্ষিণ এছীয় শাখাৰ সঞ্চালক জর্জ লাৰিয়া–আদজেই উল্লেখ কৰা…
Read More...