ছুপাৰ আর্থ, আছে মহাসমুদ্র পৃথিৱীসদৃশ গ্রহ আৱিষ্কাৰ জ্যোতির্বিজ্ঞানীৰ
নিয়মীয়া বার্তা, ২৬ আগষ্টঃ বিশ্বব্রহ্মাণ্ডত পৃথিৱীৰ বাহিৰে আন গ্রহত প্রাণী আছে নে নাই তাক লৈ জ্যোতির্বিজ্ঞানীসকলে সন্ধান চলাই আছে৷ মহাশূন্যৰ দিশলৈ প্রতিমুহূর্ততে পর্যবেক্ষণমুখী শক্তিশালী দূৰবীণ যন্ত্রসমূহৰ সন্মুখতো যেন একেটাই প্রশ্ণ৷ বিজ্ঞানীসকলৰ মাজত ন ন আৱিষ্কাৰক লৈ কৌতূহলৰ অন্ত নাই৷ জ্যোতির্বিজ্ঞানীসকলৰ্ বাবেই যেন আহি পৰিছে কাংক্ষিত সাফল্য৷…
Read More...