বিশ্বৰ ১১০খন দেশত পুনৰ বৃদ্ধি ক’ভিড–১৯ৰ সংক্রমণ
নিয়মীয়া বাৰ্তা, ১জুলাইঃ সংক্রমণ সাময়িকভাৱে স্তিমিত হ’লেও ক’ভিড–১৯ মহামাৰীৰ বিদায় এতিয়াও বহু বাকী৷ বৰঞ্চ সংক্রমণ নতুনকৈ বৃদ্ধি পাইছে বিশ্বৰ শতাধিক দেশত৷ এনে পৰিস্থিতিৰ পর্যালোচনা কৰি বিশ্ব স্বাস্থ্য সংস্থা (হু)ই উল্লেখ কৰিছে যে ক’ভিড–১৯ মহামাৰী ক্রমান্বয়ে সলনি হৈ আহিছে৷ গতিকে পৃথিৱী ক’ভিডমুক্ত হ’বলৈ এতিয়াও বহু বাকী৷ বিভিন্ন দেশত ক’ৰোনাই নতুন ৰূপত…
Read More...