আগষ্ট–ছেপ্টেম্বৰৰ ভিতৰত ভাৰতত ৫জি সেৱা উপলব্ধ হ’বঃ কেন্দ্রীয় টেলিকম মন্ত্রী অশ্বিনী বৈষ্ণৱ
নিয়মীয়া বাৰ্তা, ৪ মেঃ অহা আগষ্ট–ছেপ্টেম্বৰৰ ভিতৰত দেশত ৫জি উপলব্ধ হ’ব৷ ইয়াৰ বাবে কেন্দ্রীয় চৰকাৰে জুন মাহৰ প্রাৰম্ভতে নিবিদা আৰম্ভ কৰিব৷ কেন্দ্রীয় টেলিকমমন্ত্রী অশ্বিনী বৈষ্ণৱে পঞ্চম প্রজন্ম প্রযুক্তি স্পেকট্রাম তথা ৫জি সেৱা দেশত মুকলি কৰিব বুলি আজি ঘোষণা কৰিছে৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে ট্রায়ে এই ৫জি সেৱা দেশত মুকলি কৰাৰ বাবে ৭.৫ লাখ কোটি টকাৰ…
Read More...