সোণাৰিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ কয়লা ভৰ্তি ডাম্পাৰৰ চেপাত মহিলাৰ মৃত্যু; দুজন আহত
নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ সোণাৰি নগৰৰ সমীপৱৰ্তী তথা চফ্ৰাই আৰক্ষী চকীৰ অন্তৰ্গত চফ্ৰাই চাহ বাগিছা অঞ্চলত ধোদৰ আলিত শিৱ মন্দিৰ তিনিআলিৰ সমীপত বৃহস্পতিবাৰে দিনৰভাগত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।প্ৰাপ্ত তথ্য অনুসৰি বৃহস্পতিবাৰে বিয়লি ২-৩০ মান বজাত নগালেণ্ডৰ চিংফাঙৰ পৰা নিমনাগড় হৈ ভজোলৈ কয়লা কঢ়িয়াই নিয়া এ এছ ০৪ বি চি ৩২৭৭ নম্বৰৰ ডাম্পাৰ এখনে এগৰাকী…
Read More...