বাংলাদেশত বন্ধ ইস্কন মন্দিৰঃ পুৰোহিতসহ ৩৬ ক’ৰোনাত আক্রান্ত
নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ বিশ্বব্যাপী মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছ এতিয়া মানুহৰ বাবে মৃত্যুদূতত পৰিণত হৈছে৷ প্রতিদিনে মৃতক আৰু আক্রান্তৰ সংখ্যা বৃদ্ধি পাই আহিছে৷ আমেৰিকাসহ বিভিন্ন দেশত এতিয়া মৃতদেহৰ দ’ম বান্ধিছে৷ এইবাৰ বাংলাদেশৰ ৰাজধানী ঢাকাৰ স্বামীবাগত থকা ইস্কন মন্দিৰত ক’ৰোনাৰ সংক্রমণ চিনাক্ত হোৱাত এই মন্দিৰটো বন্ধ কৰিবলগীয়া অৱস্থা সৃষ্টি…
Read More...