নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আন্তঃৰাষ্ট্ৰীয়

ক’ভিড–১৯ত আক্রান্ত দুটাকৈ পোহনীয়া মেকুৰী

নিয়মীয়া বার্তা, ২৪ এপ্রিলঃ ক’ভিড–১৯ৰ সংক্রমণে নিউয়র্কক মৃত্যু উপত্যকাত পৰিণত কৰাৰ পিছত এইবাৰ প্রথমবাৰৰ বাবে প্রাণী আক্রান্ত হ’ল মহামাৰী ভাইৰাছটোত৷ প্রশাসনে প্রকাশ কৰা মতে দুটাকৈ পোহনীয়া মেকুৰীৰ দেহত শেহতীয়াকৈ ক’ভিড–১৯ পজিটিভ চিনাক্ত হৈছে৷ ক’ভিড–১৯ত আক্রান্ত লোকৰ সংস্পর্শলৈ অহাৰ বাবেই মেকুৰী দুটাৰ দেহত ঘাতক ভাইৰাছটোৰ সংক্রমণ হৈছে বুলি আমেৰিকা…
Read More...

ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ তথ্য ফাদিল কৰা চীনৰ ৩ সাংবাদিক দুমাহে সন্ধানহীন

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ চীনৰ য়ুহানত ক’ৰোনা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়তে চীনৰ এজন যুৱ সাংবাদিকে য়ুহান…

ব্রিটেইনত ক’ৰোনা ভেকচিনৰ মানৱ পৰীক্ষা আৰম্ভ

নিয়মীয়া বাৰ্তা, ২৪ এপ্রিলঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ ভেকচিনৰ বাবে সমগ্র বিশ্বই অতি উৎসুকতাৰে অপেক্ষা কৰি থকাৰ সময়তে…

ম্যানমাৰত সেনা–বিদ্রোহীৰ গুলীয়াগুলীত নিহত হুৰ কর্মচাৰী

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ মহামাৰী ক’ভিড–১৯ত আক্রান্ত লোকৰ তেজৰ নমুনা সংগ্রহ কৰিবলৈ যোৱা বিশ্ব স্বাস্থ্য সংস্থা…

চিকিৎসালয়ত পাক প্রধানমন্ত্রী ইমৰান খান

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খান ক’ভিড–১৯ত আক্রান্ত হোৱাৰ সন্দেহ প্রকাশ হৈছে ৷ চৰকাৰী…

এছিয়াত বৃদ্ধি দুষ্প্রাপ্য প্রাণীৰ চোৰাং চিকাৰ

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ সংহাৰৰ বাবেই এছিয়া মহাদেশত দুষ্প্রাপ্য প্রজাতিৰ জীৱ–জন্তুৰ চোৰাং…

ক’ভিড–১৯ পজিটিভ ব্যক্তিৰে সংস্পৰ্শঃ ছেল্ফ আইছ’লেচনত পাক প্রধানমন্ত্রী ইমৰান খান

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ পাকিস্তানৰ এটা চেৰিটী গ্রুপ ইধি ফাউণ্ডেচনৰ মুৰব্বী ফইজাল ইধিয়ে দেশখনৰ প্রধানমন্ত্রী…

ক’ৰোনাৰ প্ৰভাৱঃ বিশ্বত ক্ষতিগ্রস্ত ১৫৪ কোটি শিক্ষার্থী

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ ড্রেগনৰ দেশত প্রাদুর্ভাৱ ঘটা ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ কবলত পৰি একবিংশ শতিকাৰ মানৱ…

ক’ৰোনা গৱেষণাগাৰত সৃষ্ট নহয়: বিশ্ব স্বাস্থ্য সংস্থা

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ উৎপত্তিক লৈ বিশ্বত চলি থকা বিভিন্ন জল্পনা–কল্পনা আৰু অনুসন্ধানমূলক…

মহামাৰীৰ সংহাৰৰ সময়তে চীনৰ নতুন মেপত সোমাল অৰুণাচল

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ সমগ্র বিশ্বই ন’ভেল ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে একত্রিত সংগ্রাম অব্যাহত ৰখাৰ সময়তে ভাৰতৰ দুই…