আমেৰিকাৰ কৃষি ধ্বংসৰ ষড়যন্ত্র চীনা বিজ্ঞানীৰ
🔹 চীনৰ পৰা ভয়াৱহ ভেঁকুৰ সৰবৰাহ গৱেষক দম্পতীৰ, গ্ৰেপ্তাৰ জিয়ান
নিউজ ডেস্ক, ৫ জুন : আমেৰিকাৰ বিৰুদ্ধে এইবাৰ ভয়ংকৰ অর্থনৈতিক যুদ্ধৰ ষড়যন্ত্র ৰচিছে চীনে! বিশ্বৰ সমৃদ্ধিশালী দেশখনৰ কৃষি অর্থনীতি সম্পূর্ণৰূপে ধ্বংস কৰাৰ বাবে বিষাক্ত ভেঁকুৰ প্রেৰণ কৰিছে চীনে৷ শেহতীয়াকৈ ভয়াৱহ ভেঁকুৰ তথা কাঠফুলা লগত লৈ অহা চীনৰ বিজ্ঞানী গ্রেপ্তাৰ হৈছে আমেৰিকাত৷ এই ঘটনা…
Read More...