পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছিল সাংসদ গৌৰৱ গগৈ -ৰ পত্নীয়ে
🔹 গৌৰৱ গগৈ -ৰ হৈ চাফাই গাবলৈ গৈ ৰিপুণ বৰাৰ স্বীকাৰোক্তি
বিশেষ বাৰ্তা, ২৬ মে’ : সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্রমণক লৈ স্পষ্ট উত্তৰ নাই অসম প্রদেশ কংগ্রেছ কমিটীৰ ওচৰতো৷ বৰঞ্চ সাংসদগৰাকীৰ হৈ চাফাই গাবলৈ এখন সংবাদ মেল সম্বোধন কৰি দলটোৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই উত্থাপিত অভিযোগ সন্দর্ভত কেতবোৰ বিস্ফোৰক স্বীকাৰোক্তিহে প্রদান কৰে৷ গৌৰৱ গগৈৰ সপক্ষে যুক্তি…
Read More...