Corona আতংক : ছিংগাপুৰ-হংকঙত দ্ৰুতগতিত বৃদ্ধি সংক্ৰমণ
নিউজ ডেস্ক, ১৬ মে' : আকৌ আৰম্ভ হৈছে মহামাৰী Corona আতংক । হংকং আৰু ছিংগাপুৰত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ। এই দাবী কৰিছে ব্লুমবাৰ্গে। এই দুখন বৃহৎ চহৰত ক’ৰোনা সংক্ৰমণৰ হাৰক লৈ উদ্বেগ বৃদ্ধি পাইছে। জানিব পৰা মতে, হংকঙত ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। ৩ মে’লৈকে হংকঙত কোভিডত আক্ৰান্ত হৈ ৩১জন লোকৰ মৃত্যু হৈছে। চিকিৎসালয়ত আক্ৰান্তৰ…
Read More...