নিহত সন্ত্রাসবাদী-ৰ শেষকৃত্যত পাক সেনা বিষয়া
নিউজ ডেস্ক, ৮ মে’ : পেহেলগামত আক্রমণৰ দুসপ্তাহৰ পিছত পৰহি মাজনিশা পাকিস্তানত ঘাটি পাতি থকা সন্ত্রাসবাদী-ৰ বিৰুদ্ধে ‘অপাৰেচন সিন্দূৰ’ অভিযান চলায় ভাৰতীয় সেনাই৷ এই আক্রমণত পাকিস্তান তথা পাক অধিকৃত কাশ্মীৰত সন্ত্রাসবাদীৰ ৯টা ঘাটি ধ্বংস হৈছে৷ বিভিন্ন সংবাদ মাধ্যমে দাবী কৰা অনুসৰি ভাৰতৰ এই মোক্ষম আঘাতত নিহত হৈছে কমপক্ষেও ৮০টা সন্ত্রাসবাদী৷ এইবাৰ সেই…
Read More...