বিশিষ্ট শিল্পী অমূল্য বৰুৱা-ৰ লণ্ডনত দেহাৱসান
বিশেষ বাৰ্তা, ৫ মে’ : গ্রাফিক্স ডিজাইনেৰে আন্তঃৰাষ্ট্রীয় পর্যায়ত স্বীকৃতি লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই অনা বিশিষ্ট শিল্পী অমূল্য বৰুৱা আৰু নাই৷ শনিবাৰে লণ্ডনস্থিত নিজ বাসগৃহত প্রখ্যাত গ্রাফিক্স ডিজাইনাৰগৰাকীয়ে হূদৰোগত আক্রান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত প্রথিতযশা শিল্পীগৰাকীৰ বয়স হৈছিল ৭৫ বছৰ৷ তৈলনগৰী ডিগবৈত জন্মগ্রহণ কৰা অমূল্য বৰুৱাই…
Read More...