পেহেলগাম-ৰ নৰমেধত লস্কৰ–পাক নহয়, ভাৰত জড়িত
নিউজ ডেস্ক, ২৫ এপ্রিল : কাশ্মীৰৰ পেহেলগাম-ৰ নৰমেধ-ত সন্ত্রাসবাদীয়ে ২৬জন পর্যটকক গুলীয়াই হত্যা কৰা ঘটনাক লৈ ভাৰতজুৰি ক্ষোভৰ উদ্গীৰণ ঘটিছে৷ এই পাশৱিক আক্রমণৰ ঘটনাক বিশ্বৰ বিভিন্ন দেশে গৰিহণা দিছে৷ পেহেলগাম-ৰ সেই আক্রমণৰ মাষ্টাৰ মাইণ্ড হিচাপে ভাৰতে চিনাক্ত কৰিছে লস্কৰ–ই–তৈবাৰ কমাণ্ডাৰ ছইফুল্লা কাছুৰিক৷ আনকি, ভাৰতে এই কুখ্যাত সন্ত্রাসবাদীক মাটিৰ সৈতে…
Read More...