তেজৰ সলনি তেজ, গুলীৰ প্রত্যুত্তৰ গুলী
🔹 পেহেলগাম বর্বৰতাৰ প্রত্যাঘাত লাগে দেশবাসীক
নিউজ ডেস্ক, ২৪ এপ্রিল : কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীৰ বর্বৰতাৰ প্রত্যাঘাত বিচাৰিছে দেশবাসীয়ে৷ নিৰীহই প্রাণ হেৰুওৱাৰ শোকৰ সমান্তৰালকৈ প্রত্যাঘাতৰ ক্ষোভৰ উদ্গীৰণ ঘটিছে দেশত৷ পাক মদতপুষ্ট সন্ত্রাসবাদীয়ে পেহেলগামত বর্বৰতাৰে পর্যটকক হত্যা কৰাৰ প্রতিশোধ বিচাৰিছে দেশবাসীয়ে৷ দেশজুৰি সন্ত্রাসবাদী হিংস্রতাৰ…
Read More...