গৰু আৰু গাহৰিৰ তেজত পোৱা গৈছে প্লাষ্টিকৰ কণা…
নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ বিজ্ঞানীসকলে গৰু আৰু গাহৰিৰ তেজত মাইক্ৰ'প্লাষ্টিক বিচাৰি পাইছে। পৃথিৱীত এই ঘটনা প্ৰথমবাৰলৈ হৈছে। আমষ্টাৰডামৰ ব্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কয় যে- "আমি এখন ফাৰ্মত ১২ টা গৰু আৰু ৬ টা গাহৰিৰ অধ্যয়ন কৰিছিলোঁ। গৱেষণাৰ সময়ত তেওঁলোকৰ তেজত সূক্ষ্ম প্লাষ্টিকৰ কণা পোৱা গৈছিল। "
তেওঁলোকে কয় যে- "এই ভাবুকি কেৱল জন্তুৰ বাবে নহয়…
Read More...