আজিৰ দিনটোৰ ৰাশিফল
মেষঃ কর্মক্ষেত্রত আর্থিক উন্নতিৰ কাৰণে নতুন যোগাযোগ৷ অংশীদাৰী ব্যৱসায়ত ব্যস্ততা বৃদ্ধি পাব৷ বিদ্যাত জটিলতা৷ প্রেমত শুভ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ১৷
বৃষঃ কর্মত স্থায়ী সিদ্ধান্ত ল’ব পাৰিব৷ নিবনুৱাৰ কর্ম লাভৰ যোগ৷ ব্যৱসায়ত পৰিকল্পিত অগ্রসৰত কিছু বাধা৷ বিদ্যাত শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৮৷
মিথুনঃ গৱেষণামূলক কাম–কাজত প্রতিভাৰ বিকাশ ঘটিব৷ সন্তানৰ…
Read More...