এটা চুম্বনে শৰীৰত হাজাৰ উপকাৰ সাধন কৰিব পাৰে…
নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ চুম্বন হৈছে প্ৰেম আৰু মৰম প্ৰকাশ কৰাৰ আটাইতকৈ সহজ উপায়। প্ৰেমিক প্ৰেমিকাৰ সৈতে ঘনিষ্ঠ হোৱাৰ লগে লগে, চুম্বনৰ জৰিয়তে ভালপোৱাৰ অনুভৱ প্ৰকাশ কৰা হয়। বিশেষজ্ঞসকলৰ মতে, চুম্বন স্বাস্থ্যকৰ। চুম্বন হৈছে প্ৰিয়জনৰ প্ৰতি প্ৰেম আৰু যত্নৰ অভিব্যক্তি, সেয়েহে প্ৰিয়জনৰ এই চুম্বনে বহুক্ষেত্ৰত আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰে।…
Read More...