চেফটি পিন, দিয়াচলাই কাঠিৰে কাণ চাফা কৰে নেকি আজিয়েই পৰিহাৰ কৰক এই অভ্যাস…
নিয়মীয়া বাৰ্তা ২৬ জুনঃ মানুহৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ কাণ দুখন। বহু মানুহে কাণৰ যতন সঠিকভাৱে নলয় বাবে কাণৰ বিভিন্ন সমস্যাত ভোগে।
বিশেষকৈ, কাণ ভালদৰে চাফা কৰাটো অতি জৰুৰী। কিন্তু নিৰাপদ উপায়েৰে কাণ চাফা নকৰিলে হিতে বিপৰীত হোৱাৰহে সম্ভাৱনা থাকে।
একাংশ অপ্ৰশিক্ষিত লোকে হাটে-বজাৰে কাণ চাফা কৰা দেখা যায়। তেনে লোকৰ পৰা দূৰত থাকিব। প্ৰশিক্ষণপ্ৰাপ্ত আৰু…
Read More...