কৰোনা টিকাই হ্ৰাস কৰে নেকি প্ৰজনন ক্ষমতা! কি ক’লে স্বাস্থ্য মন্ত্ৰালয়ে
নিয়মীয়া বাৰ্তা ২২ জুনঃ প্ৰজনন ক্ষমতা হ্ৰাস কৰে নেকি কৰোনা টিকাকৰণে? কৰোনা টিকাকৰণ কৰিলে গৰ্ভধাৰণ হ্ৰাস হয় নেকি? এইবোৰ বহুতো প্ৰশ্ন যিবোৰ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। মানুহৰ মাজত আতংক ইমানেই বৃদ্ধি পাইছে যে স্বাস্থ্য মন্ত্ৰালয়ে ইয়াৰ উত্তৰ দিবলৈ বাধ্য হৈছে।
সোমবাৰে স্বাস্থ্য মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে কৰোনা টিকাই প্ৰজনন ক্ষমতা হ্ৰাস…
Read More...