যুৱতীক হত্যা, ৪জনক কাৰাদণ্ড, ১৮ মাহ পিছত উভতিল মৃত ললিতা
🔹 চাঞ্চল্য : আৰক্ষীক ৪ যুৱকক ক্ষতিপূৰণ আদায়ৰ দাবী
নিউজ ডেস্ক, ২৫ মার্চ : কন্যাক হত্যা কৰা হৈছে! শেষকৃত্য সম্পন্ন কৰে পৰিয়ালে৷ হত্যাৰ অভিযোগত চাৰিজন যুৱকে কাৰাবাস খাটিবলগীয়াও হৈছে৷ কিন্তু ঘটনাৰ ১৮ মাহ পিছত আচৰিত কাণ্ড! ঘৰলৈ উভতি আহিল অন্তিম সংস্কাৰ কৰা কন্যা৷ চাঞ্চল্যকৰ ঘটনাটো ঘটিছে মধ্যপ্রদেশৰ মাণ্ডাছৌৰ জিলাত৷ ২০২৩ চনৰ শেষৰফালে ঘটনাৰ সূত্রপাত…
Read More...