শ্ৰৱণ শক্তি হ্ৰাস বলীউডৰ জনপ্ৰিয় সংগীত শিল্পীৰ
🔹 জটিল ৰোগত আক্ৰান্ত অলকা য়াগনিক
বিশেষ বাৰ্তা, ১৮ জুন : ‘টিপ টিপ বৰছা পানী’ৰ পৰা আৰম্ভ কৰি ‘আগৰ তুম সাথ হো’লৈকে ইটোৰ পিছত সিটো গীতেৰে শ্ৰোতা-দৰ্শকক মুগ্ধ কৰিছিল গায়িকাগৰাকীয়ে। নব্বৈৰ দশকৰ ‘মেলোডী কিং’ যদি কুমাৰ ছানু, উদিত নাৰায়ণ, তেতিয়াহ'লে অলকা য়াগনিক সেই সময়ৰ ‘মেলোডী কুইন’ উপাধিৰ যোগ্য। এইগৰাকী বিখ্যাত সংগীত শিল্পীৰ জীৱনলৈ নামি আহিছে…
Read More...